include("site.inc"); $template = new Page; $template->initCommon(); $template->displayHeader(); ?>
NSS/NSPR ৰ ক্ষেত্ৰত প্ৰযোজ্য Python বাইন্ডিং ৰ সহায়ত Python কাৰ্য্যক্ৰমসমূহ দ্বাৰা SSL/TLS আৰু PKI সাৰ্টিফিকেট পৰিচালন ব্যৱস্থা দ্বাৰা NSS ক্ৰিপ্টোগ্ৰাফিক লাইব্ৰেৰি প্ৰয়োগ কৰা সম্ভৱ হ'ব । NSS আৰু NSPR সমৰ্থন ব্যৱস্থাৰ লাইব্ৰেৰিৰ বাবে python-nss সৰঞ্জাম দ্বাৰা Python বাইন্ডিং উপলব্ধ কৰা হয় ।
Network Security Services (NSS) মূলত নিৰাপত্তাৰ বৈশিষ্ট্য সহ ক্লায়েন্ট আৰু সেৱক অনুপ্ৰয়োগ সমৰ্থনকাৰী লাইব্ৰেৰিৰ সংকলন । NSS সহযোগে নিৰ্মিত অনুপ্ৰয়োগ দ্বাৰা SSL v2 আৰু v3, TLS, PKCS #5, PKCS #7, PKCS #11, PKCS #12, S/MIME, X.509 v3 সাৰ্টিফিকেট আৰু নিৰাপত্তা সংক্ৰান্ত অন্যান্য প্ৰমিত মান সমৰ্থন কৰা হয় । NSS দ্বাৰা NIST-ৰ পক্ষ ৰ পৰা FIPS 140 শংসা প্ৰাপ্ত হৈছে ।
http://people.redhat.com/jdennis/python-nss/doc/api/html/index.php -- লাইব্ৰেৰি সংক্ৰান্ত নথিপত্ৰ
Fedora includes multiple best of breed free software Java(TM) implementations, obtained through active adoption of innovative technology integrations produced by Fedora and others within upstream projects. The implementations integrated into Fedora are based on OpenJDK (http://openjdk.java.net/) and the IcedTea GNU/Linux distribution integration project (http://icedtea.classpath.org/), or based on alternatives such as the GNU Compiler for Java (GCJ - http://gcc.gnu.org/java and the GNU Classpath core class libraries (http://www.gnu.org/software/classpath/). All Fedora innovations are pushed upstream to get the widest possible integration of the technologies in general Java implementations.
The implementation of OpenJDK 6 included in Fedora 10 uses the HotSpot virtual machine runtime compiler on x86, x86_64, and SPARC. On PowerPC (PPC) it uses the zero interpreter, which is slower. On all architectures an alternative implementation based on GCJ and GNU Classpath is included that includes an ahead-of-time compiler to produce native binaries.
Fedora binaries for selected architectures (currently only x86 and x86_64 based on OpenJDK) are tested against the Java Compatibility Kit (JCK) by Red Hat to guarantee 100% compatibility with the Java Specification (JDK 1.6 at this time).
Fedora 10 ত gcjwebplugin
ৰ পৰিবৰ্তে IcedTeaPlugin
অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াৰ ফলত যে কোনো স্থাপত্য ৱেব চৰকেত অবিশ্বস্ত অ্যাপ্লেট নিৰাপদ ভাবে সঞ্চালন কৰা যাব । Firefox ত about:plugins
লিখে সংস্থাপন কৰা Applet Plugin জেনে নেৱা যাব । নতুন প্লাগ-ইন দ্বাৰা JavaScript bridge ৰ (LiveConnect) বাবে সমৰ্থন উপলব্ধ কৰা হয় । এই বৈশিষ্ট্য পূৰ্ববৰ্তী সংস্কৰণে উপলব্ধ নাছিল । bytecode-to-JavaScript bridge (LiveConnect) সম্পৰ্কে অধিক বিৱৰণেৰ বাবে নিম্নলিখিত বাগ প্ৰতিবেদন পৰিদৰ্শন কৰক:
https://bugzilla.redhat.com/show_bug.cgi?id=304021
Feedback on the security policy is appreciated. If you suspect the security policy may be too restrictive to enable restricted applets, follow this procedure:
কী প্ৰতিৰোধ কৰা হৈছে চিনাক্ত কৰাৰ বাবে টাৰ্মিন্যালেত firefox -g
আদেশ প্ৰয়োগ কৰক ।
এৰ পিছত /usr/lib/jvm/java-1.6.0-openjdk-1.6.0.0/jre/lib/security/java.policy
নথিপত্ৰেত প্ৰয়োজনীয় অনুমতি নিৰ্ধাৰণ কৰক ।
File a bug report, so your exception can be included in the packaged security policy. Packaging these exceptions allows system owners to avoid having to hack the policy file in the future.
Experimental Web Start (javaws
) support via NetX has been added to the IcedTea repository. When a Java Network Launching Protocol (.jnlp
) file is embedded on a web page you can open it with the IcedTea Web Start (/usr/bin/javaws
). For more information on NetX, refer to:
Through the IcedTea project, OpenJDK has been integrated with several new technologies that are also part of Fedora 10.
VisualVM (jvisualvm
) provides a graphical overview of any local or remotely running Java application, letting you monitor all running threads, classes, and objects allocated by the application by taking thread dumps, heap dumps, and other lightweight profiling tools.
PulseAudio এৰে একেলগ কৰাৰ বাবে javax.sound সৰঞ্জাম ব্যৱহাৰ কৰি যিকোনো java অনুপ্ৰয়োগলৈ PulseAudio ৰ সুবিধা আগবঢ়ায় ।
Rhino is a pure-Java JavaScript implementation from Mozilla providing an easy mixing of Java and JavaScript for developers using the javax.script package.
উপৰন্তু, Fedora 10 ত Java ক্ৰিপ্টোগ্ৰাফি (javax.crypto) সম্পূৰ্ণৰূপে সমৰ্থিত আৰু ইয়াৰ উপৰ কোনো ধৰণৰ (আঞ্চলিক) নিষেধাজ্ঞা নাই ।
Fedora 10 ত JPackage প্ৰকল্প ৰ পৰা উৎপন্ন একাধিক সৰঞ্জাম উপস্থিত আছে ।
Some of these packages are modified in Fedora to remove proprietary software dependencies, and to make use of GCJ's ahead-of-time compilation feature. Use the Fedora repositories to update these packages, or use the JPackage repository for packages not provided by Fedora. Refer to the JPackage website for more information about the project and the software it provides.
Fedora আৰু JPackage সৰঞ্জামেৰ সংমিশ্ৰণ | |
---|---|
Research package compatibility before you install software from both the Fedora and JPackage repositories on the same system. Incompatible packages may cause complex issues. |
Fedora 8 ত উপস্থিত java-1.7.0-icedtea* নামক সৰঞ্জামসমূহৰ নাম Fedora 9 ৰ পৰা আৰম্ভ কৰে java-1.6.0-openjdk* ৰূপে পৰিবৰ্তিত হৈছে । Fedora 8 IcedTea সৰঞ্জামসমূহ দ্বাৰা OpenJDK 7 ৰ অস্থায়ী ব্ৰাঞ্চটি অনুসৰণ কৰা হত আৰু java-1.6.0-openjdk* সৰঞ্জামসমূহ স্থায়ী OpenJDK 6 ব্ৰাঞ্চটি অনুসৰণ কৰে ।মূল প্ৰকল্পত উপস্থত সকলো IcedTea উৎস নথিপত্ৰসমূহ java-1.6.0-openjdk SRPM ত উপস্থিত আছে ।
IcedTeaসহ কোনো Fedora 8 ব্যৱস্থাপ্ৰণালী ৰ পৰা উন্নয়ন কৰাৰ সময় সৰঞ্জাম পৰিবৰ্তন স্বয়ংক্ৰিয়ৰূপে কৰা নহয় । OpenJDK 7 ৰ উপৰ ভিত্তি কৰে নিৰ্মিত IcedTea সৰঞ্জামসমূহ প্ৰথমে মুছে নতুন OpenJDK 6 সৰঞ্জামসমূহ সংস্থাপন কৰা আৱশ্যক ।
su -c 'yum erase java-1.7.0-icedtea{,-plugin}' su -c 'yum install java-1.6.0-openjdk{,-plugin}'
Fedora 9 ৰ পৰা উন্নয়ন কৰাৰ সময় কোনো বিশেষ কাজেৰ প্ৰয়োজন নাই ।
বিভিন্ন ধৰণৰ বিকাশৰ সামগ্ৰী আৰু বৈশিষ্ট্য সম্পৰ্কে এই বিভাগত আলোচনকৰা হৈছে ।
Fedora ৰ বৰ্তমান মুক্তিত অন্তৰ্ভুক্ত Fedora Eclipse Eclipse SDK ৰ সংস্কৰণ 3.4 ৰ উপৰ ভিত্তি কৰি নিৰ্মিত হৈছে । 3.4 মুক্তি শৃঙ্খলাত এটা "What's New in 3.4" পৃষ্ঠা উপস্থিত আছে:
৩.৪ সংস্কৰণৰ বাবে মুক্তি টোকা আছে ।
http://www.eclipse.org/eclipse/development/readme_eclipse_3.4.html
3.4 সংস্কৰণৰ কিছু উল্লেখযোগ্য বৈশিষ্ট্যত আছে, পত্ৰচিহ্ন পৰিচালনাত উন্নত বৈশিষ্ট্য, প্লাগ-ইন অনুসন্ধান আৰু সংস্থাপনৰ সহজ উপায় আৰু refactoring ৰ অতিৰিক্ত সহায় ।
Fedora ৰ বৰ্তমান মুক্তিত C/C++ (eclipse-cdt), RPM specfile সম্পাদনা (eclipse-rpm-editor), PHP (eclipse-phpeclipse), Subversion (eclipse-subclipse), SELinux (eclipse-slide) আৰু (eclipse-setools), ৰেগুলাৰ এক্সপ্ৰেশনৰ পৰীক্ষা (eclipse-quickrex), Fortran (eclipse-photran), Bugzilla ৰ সৈতে সংযোগ কৰণ (eclipse-mylyn), Git (eclipse-egit), Perl (eclipse-epic), Checkstyle (eclipse-checkstyle), আৰু Python ৰ (eclipse-pydev) বাবে প্লাগ-ইন আছে ।
Eclipse আৰু Eclipse ৰ প্লাগ-ইনত বিভিন্ন ভাষাত উপলব্ধ অনুবাদসমূহ এই মুক্তিত Babel ভাষাৰ সৰঞ্জাম ৰূপে উপস্থিত কৰা হৈছে । উল্লেখ্য, কিছু ভাষাৰ ক্ষেত্ৰত স্বল্প পৰিমাণ অনুবাদ আছে: ইয়াৰ ফলে, অনুবাদসমূহ সংস্থাপন কৰা সত্ত্বেও বেশ অনেকসমূহ পংক্তি ইংৰাজিতে প্ৰদৰ্শিত হ'ব । অনুবাদে সহায়তা কৰিবলৈ হ'লে Babel প্ৰকল্পত যোগদান কৰা যাব ।
Eclipse 3.3 ৰ পৰা উন্নয়ন কৰাৰ সময়, RPM ভিন্ন অন্যান্য উৎসস্থলৰ পৰা সংস্থাপন কৰা প্লাগ-ইনসমূহ ব্যৱহাৰকৰোঁতাৰ দ্বাৰা মাইগ্ৰেট কৰা আৱশ্যক । এই ক্ষেত্ৰত প্লাগ-ইনসমূহ পুনৰায় সংস্থাপন কৰাই সহজ উপায় । 3.3 সংস্কৰণৰ পৰা মাইগ্ৰেট কৰিবলৈ ইচ্ছুক প্লাগ-ইন বিকাশকৰ ক্ষেত্ৰত, "Plug-in Migration Guide" বিশেষ সহায়ক:
Fedora 10 ত Emacs সংস্কৰণ 22.2 অন্তৰ্ভুক্ত কৰা হৈছে ।
বিবিধ বাগ সংশোধন কৰাৰ সৈতে Emacs সংস্কৰণ 22.2 দ্বাৰা বৰ্তমানে Bazaar, Mercurial, Monotone, আৰু Git সংস্কৰণ নিয়ন্ত্ৰণ ব্যৱস্থা সমৰ্থন, CSS, Vera, Verilog, আৰু BibTeX স্টাইল নথিপত্ৰ সম্পাদনাৰ উন্নত মোড, আৰু Image ধৰণত স্ক্ৰোল সমৰ্থনৰ উন্নত ব্যৱস্থা আছে ।
সকলো পৰিবৰ্তনসমূহৰ সম্পৰ্কে জানিব হ'লে Emacs বৰ্তমান মুক্তি সংক্ৰান্ত খবৰ চাওক (http://www.gnu.org/software/emacs/NEWS.22.2) ।
Fedora ৰ বৰ্তমান মুক্তিত GCC ৪.৩.২ সংস্কৰণ সহযোগত নিৰ্মিত হৈছে আৰু এইটো এই বিতৰণত অন্তৰ্ভুক্ত কৰা হৈছে ।
GCC ৪.৩ সম্পৰ্কে অধিক বিৱৰণৰ বাবে চাওক:
ABI সংক্ৰান্ত পৰিবৰ্তন
GCC 4.3.1 সংস্কৰণ ৰ পৰা আৰম্ভ কৰি ফ্লোটিং পইন্টৰ দশমিক চলকসমূহ i386 স্ট্যাকত অনুবৰ্তনৰ সময়ত সেইসমূহৰ স্বাভাবিক সীমাৰ সৈতে সুসংগত কৰা হয় ।
আদেশ-শাৰী সংক্ৰান্ত পৰিবৰ্তন
GCC 4.3.1 সংস্কৰণৰ পৰা -mcld
বিকল্প যোগ কৰা হৈছে । এই বিকল্পৰ সহায়ত, স্ট্ৰিং নিৰ্দেশ ব্যৱহাৰকৰোঁতা প্ৰশমকৰ পূৰ্বে এটা cld
নিৰ্দেশ স্বয়ংক্ৰিয়ৰূপে নিৰ্মাণ কৰা হয় । কিছু কাৰ্য্যকৰপ্ৰণালীৰ পূৰ্ববৰ্তী সংস্কৰণৰ সৈতে সামঞ্জস্য বজায় ৰখাৰ বাবে এই বিকল্প ব্যৱহাৰ কৰা হয় আৰু ৩২-বিট x86 লক্ষ্যৰ ক্ষেত্ৰত --enable-cld
বিন্যাস বিকল্প সহযোগত GCC বিন্যাসৰ কৰি এই বিকল্প সক্ৰিয় কৰা যাব ।
Fedora 10 ত Haskell ৰ বাবে উন্নত সমৰ্থন ব্যৱস্থা আছে । সৰঞ্জামৰ নতুন নিয়মাবলী আৰু সৰঞ্জামৰ লগত Glasgow Haskell Compiler প্ৰয়োগকাৰী যি কোনো Haskell কাৰ্য্যক্ৰম অতি সহজেই সমৰ্থন কৰা যাব । Fedora ত উপলব্ধ উন্নতমানৰ সামগ্ৰী আৰু অন্যান্য কিছু নতুন সামগ্ৰী সৰঞ্জাম নিৰ্মাণ আৰু স্থাপনৰ কাৰ্য্য অনেক সহজ কৰিছে । Haskell ৰ উন্নতিৰ সৈতে Haskell ৰ বাবে লাইব্ৰেৰিৰ পৰিমাণ বৃদ্ধি হ'ব ।
সৰঞ্জাম নিৰ্মাণ অত্যন্ত সহজ । সৰঞ্জাম কম্পাইল আৰু স্থাপনৰ বাবে Haskell দ্বাৰা বৰ্তমানে যথাযত উপলব্ধ কৰা হয় । Fedora ৰ বাবে বৰ্তমানে সৰঞ্জাম নিৰ্মাণ কৰা অত্যন্ত সহজ, অৰ্থাৎ Haskell ত সঞ্চালনযোগ্য কোড Fedora তো চলোৱা যাব ।
প্ৰাতিষ্ঠানিক পৰিবেশত Fedora সৰঞ্জাম সংস্থাপন কৰাৰ বাবে Fedora দ্বাৰা প্ৰয়োজনীয় সামগ্ৰী উপলব্ধ কৰা হয় । Fedora ত Haskell অন্তৰ্ভুক্ত কৰাৰ ফলত ব্যৱহাৰকৰোঁতাইHaskell সহযোগত প্ৰাতিষ্ঠানিক স্তৰত ব্যৱহাৰযোগ্য অনুপ্ৰয়োগ লিখিব পাৰিব আৰু Fedora-ত তাৰ প্ৰয়োগ সম্পৰ্কেও কোনো চিন্তা নাথাকিব ।
Fedora 10 ত উন্নত কাৰ্য্যক্ৰম ভাষা OCaml 3.10.2 সংস্কৰণ উপস্থিত আছে আৰু অনেকসমূহ প্ৰাসঙ্গিক সৰঞ্জামৰ তালিকা:
http://cocan.org/getting_started_with_ocaml_on_red_hat_and_fedora#Package_status
Fedora 9 ৰ উন্নয়নত OCaml উপলব্ধ হ'লেও মূল সংস্কৰণত এইটো অন্তৰ্ভুক্ত নাছিল ।
This release of Fedora includes NetBeans IDE, version 6.1. NetBeans IDE is an Integrated Development Environment (IDE) for Java, C/C++, Ruby, PHP, etc. Default configuration of the NetBeans IDE (Java SE IDE configuration) supports development of programs for the Java platform, Standard Edition (Java SE), including development of the modules for the NetBeans Platform.
The NetBeans IDE is a modular system and includes facilities for updating and installing plugins. There is a wide spectrum of plugins for the NetBeans IDE that are provided by community members and third-party companies.
http://www.netbeans.org/ - NetBeans প্ৰকল্পৰ প্ৰধান ছাইট ।
http://wiki.netbeans.org/ - NetBeans Wiki পৃষ্ঠা ।
mailto:linux-packaging@installer.netbeans.org - সৰঞ্জাম বিষয়ক আলোচনাৰ বাবে ব্যৱহৃত পত্ৰপ্ৰেৰণ তালিকা ।
https://admin.fedoraproject.org/pkgdb/packages/bugs/netbeans - NetBeans IDE ৰ বাগৰ তালিকা ।
https://admin.fedoraproject.org/pkgdb/packages/bugs/netbeans-platform8 - NetBeans স্থাপত্যৰ বাগৰ তালিকা ।
http://www.netbeans.org/issues/ - NetBeans প্ৰকল্পৰ সমস্যা ট্ৰেকাৰ । NetBeans RPM সম্বন্ধে কোনো ধৰণৰ সমস্যাৰ সূচনা প্ৰদানৰ বাবে অনুগ্ৰহ কৰি , , মান প্ৰয়োগ কৰক ।
AMQP Infrastructure সৰঞ্জামটি মূলত Red Hat Enterprise MRG ৰ এটা সাব-সেট । এই সৰঞ্জামেৰ সহায়ত উন্নত ক্ষমতাসম্পন্ন, আন্ত-ক্ৰিয়া সঞ্চালনযোগ্য আৰু বিস্তাৰিত কৰ্মপৰিধিসহ প্ৰাতিষ্ঠানিক স্তৰেৰ অনুপ্ৰয়োগ নিৰ্মাণ কৰা যাব ।
প্ৰকৃতৰূপে নিম্নলিখিত সামগ্ৰী এত অন্তৰ্ভুক্ত আছে ।
AMQP (প্ৰোটোকল সংস্কৰণ ০-১০) মেসেজিং ব্ৰোকাৰ/সেৱক
C++, Python, আৰু Java ৰ বাবে ক্লায়েন্ট বাইন্ডিং (JMS প্ৰেক্ষাপট ব্যৱহাৰকৰোঁতা)
বিন্যাস/পৰিচালনাৰ বাবে আদেশ-লাইন সংযোগমাধ্যম ৰ পৰা ব্যৱহাৰযোগ্য কিছু সামগ্ৰী
বাৰ্তা আৰু বাৰ্তা সংক্ৰান্ত বিন্যাসেৰ স্থায়ীত্বেৰ বাবে এটা উন্নত ক্ষমতাসম্পন্ন অ্যাসিঙ্ক্ৰোনাস বাৰ্তা সংগ্ৰহস্থল ।
অতিৰিক্ত বিৱৰণেৰ বাবে নিম্নলিখিত ৰিউৎস পঢ়ক:
Red Hat MRG সংক্ৰান্ত নথিপত্ৰ: http://www.redhat.com/mrg/resources
AMQP প্ৰকল্পৰ ছাইট: http://amqp.org/
Appliance মূলত পূৰ্বে সংস্থাপন কৰা পূৰ্বনিৰ্ধাৰিত ব্যৱস্থাপ্ৰণালী প্ৰতিমূৰ্ত্তি । ISV, বিকাশক, OEM প্ৰভৃতিদেৰ দ্বাৰা ভাৰ্চুৱেল অ্যাপ্লায়েন্স নিৰ্মাণ আৰু স্থাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী আৰু মিটা-ডাটা এই সৰঞ্জামেত অন্তৰ্ভুক্ত কৰা হৈছে । এই বৈশিষ্ট্যেত অন্তৰ্ভুক্ত কৰা হৈছে ACT (Appliance Creation Tool) আৰু AOS (The Appliance Operating System) ।
yum সহযোগে appliance-tools সৰঞ্জামটি সংস্থাপন কৰক ।
The Appliance Creation Tool is a tool that creates Appliance Images from a kickstart file. This tool uses the Live CD creator API as well as patches to the Live CD API that allow for the creation of multi-partitioned disk images. These disk images can then be booted in a virtual container such as Xen, KVM, and VMware. This tool is included in the appliance-tools package. This package contains tools for building appliance images on Fedora based systems including derived distributions such as RHEL, CentOS, and others.
Appliance Operating System হ'ল Fedora ৰ এটা সৰু সংস্কৰণ এটা সৰু ফুটপ্ৰিন্টৰ সৈতে । অনুপ্ৰয়োগ চলোৱাৰ প্ৰয়োজনীয় সৰঞ্জামৰহে ইয়াত থাকে । Fedora ৰ এই সংস্কৰণৰ দ্বাৰা যান্ত্ৰিক সামগ্ৰীৰৰ সমৰ্থনো সীমিত, আৰু KVM আৰু VMware ৰ দৰে ভাৰ্চুৱেল ভঁৰালতহে গুৰুত্ব দিয়ে । ইয়াৰ লক্ষ্য হৈছে এনে এটা মূল আধাৰ সৃষ্টি কৰা য'ত বিকাশকে নিজৰ প্ৰয়োগ সৃষ্টি কৰিব পাৰিব, অকল তেওঁলোকাৰ চালনাজ্ঞানে প্ৰয়োগ কৰা সৰঞ্জাম ব্যৱহাৰ কৰি ।
Appliance Tool প্ৰকল্পৰ ছাইট: http://thincrust.net/
অবচিত বা পুৰণ তথ্য নকি ? | |
---|---|
বাহিৰ Fedora. |
কাৰ্ণেলেৰ ২.৬.২৭ সংস্কৰণ ভিত্তিক Fedora 10 ৰ বাবে উপলব্ধ কাৰ্ণেল সংক্ৰান্ত গুৰুত্বপূৰ্ণ তথ্য আৰু পৰিবৰ্তনেৰ তালিকা এই বিভাগত আলোচনকৰা হৈছে ।
কাৰ্ণেলেৰ বৈশিষ্ট্যেৰ উন্নতি আৰু সংযোজন আৰু বাগ সংশোধনেৰ উদ্দেশ্যে Fedora ত কাৰ্ণেলেৰ কিছু প্যাচ উপস্থিত থাকতে পাৰে । এই কাৰণে, Fedora কাৰ্ণেলেৰ সৈতে kernel.org ৱেব-ছাইট প্ৰাপ্ত vanilla kernel ত কিছু পাৰ্থক্য উপস্থিত থাকতে পাৰে :
এই সকলো প্যাচেৰ তালিকা প্ৰাপ্ত কৰাৰ বাবে, উৎস RPM সৰঞ্জামটি ডাউনলোড কৰে নিম্নলিখিত আদেশটি প্ৰয়োগ কৰক:
rpm -qpl kernel-<version>.src.rpm
সৰঞ্জামেত কৰা পৰিবৰ্তনেৰ লগ প্ৰাপ্ত কৰাৰ বাবে নিম্নলিখিত আদেশ প্ৰয়োগ কৰক:
rpm -q --changelog kernel-<version>
ব্যৱহাৰকৰোঁতা দ্বাৰা সহজে পাঠযোগ্য changelog ৰ সংস্কৰণ প্ৰাপ্ত কৰাৰ বাবে http://wiki.kernelnewbies.org/LinuxChanges চাওক । কাৰ্ণেলেৰ সংক্ষিপ্ত আৰু সম্পূৰ্ণ diff http://kernel.org/git ত পোৱা যাব । Fedora ৰ কাৰ্ণেলেৰ সংস্কৰণটি Linus ট্ৰি ৰ উপৰ ভিত্তি কৰে নিৰ্মিত হৈছে ।
Fedora ৰ সংস্কৰণৰ বাবে কৰে পৰিবৰ্তনসমূহ http://cvs.fedoraproject.org ত পোৱা যাব ।
Fedora 10 ত নিম্নলিখিত কাৰ্ণেল বিল্ড উপস্থিত আছে:
অধিকাংশ ব্যৱস্থাপ্ৰণালীত ব্যৱহাৰযোগ্য নেটিভ কাৰ্ণেল । kernel-devel সৰঞ্জামেত বিন্যাসৰ কৰা উৎস পোৱা যাব ।
৪ গিগাবাইটেৰ অধিক RAM বা NX (No eXecute) বৈশিষ্ট্যসহ CPU বিশিষ্ট ৩২-বিট x86 ব্যৱস্থাপ্ৰণালীত ব্যৱহাৰযোগ্য kernel-PAE । এই কাৰ্ণেল দ্বাৰা ইউনি-সংসাধক আৰু মাল্টি-সংসাধক ব্যৱস্থাপ্ৰণালী সমৰ্থিত হ'ব । kernel-PAE-devel সৰঞ্জামেত বিন্যাসৰ কৰা উৎস আছে ।
Debugging kernel, for use in debugging some kernel issues. Configured sources are available in the kernel-debug-devel package.
চাৰটি পৃথক ধৰণৰ কাৰ্ণেলেৰ বাবে একসৈতেই কাৰ্ণেল হেডাৰ সংস্থাপন কৰা যাব । /usr/src/kernels/<version>[-PAE|-xen|-kdump]-<arch>/
ট্ৰিত নথিপত্ৰসমূহ সংস্থাপন কৰা হয় । নিম্নলিখিত আদেশ ব্যৱহাৰ কৰক:
su -c 'yum install kernel{,-PAE,-xen,-kdump}-devel'
কমা চিহ্ন দ্বাৰা বিভাজন কৰে প্ৰয়োজন অনুসাৰে একাধিক প্ৰকৃতিৰ কাৰ্ণেলেৰ নাম একসৈতে নিৰ্বাচন কৰক আৰু এইসমূহত কোনো শূণ্যস্থান লেখাৰ দৰকাৰ নাই । অনুৰোধ জনোৱা হ'লে root ব্যৱহাৰকৰোঁতাৰ পাসৱাৰ্ড লিখক ।
x86 কাৰ্ণেলেত Kdump উপস্থিত আছে | |
---|---|
x86_64 আৰু i686 কাৰ্ণেলসমূহৰ স্থান পৰিবৰ্তন কৰা যাব আৰু এই কাৰণে kdump ৰ বাবে পৃথক কাৰ্ণেলেৰ প্ৰয়োজন নাই । PPC64 স্থাপত্যৰ ক্ষেত্ৰত এখনো পৃথক kdump কাৰ্ণেল আৱশ্যক । |
কাৰ্ণেল দ্বাৰা প্যাৰাভাৰ্চুৱেলাইজেছন প্ৰয়োগ কৰা হয় | |
---|---|
Both the x86_64 and the i686 kernels contain |
অবিকল্পিত কাৰ্ণেল দ্বাৰা SMP উপলব্ধ কৰা হয় | |
---|---|
i386, x86_64, আৰু ppc64 আৰ্কিটেচাৰেৰ বাবে নিৰ্মিত Fedora ৰ ক্ষেত্ৰত পৃথক SMP কাৰ্ণেল উপলব্ধ নাই । নেটিভ কাৰ্ণেল দ্বাৰাই মাল্টি-সংসাধকৰ বাবে সমৰ্থন উপলব্ধ কৰা হয় । |
PowerPC ৰ বাবে কাৰ্ণেল সমৰ্থন | |
---|---|
Fedora ত PowerPC স্থাপত্যৰ বাবে Xen বা kdump ৰ ক্ষেত্ৰত কোনো ধৰণৰ সমৰ্থন উপলব্ধ নাই । ৩২-বিট PowerPC ৰ বাবে পৃথক SMP কাৰ্ণেল এখনো আছে । |
বৰ্তমানে এক্সটাৰনেল অংশ নিৰ্মাণেৰ বাবে অকল kernel-devel সৰঞ্জাম দ্বাৰা সম্পূৰ্ণ ক্ষমতা উপলব্ধ কৰাৰ ফলত Fedora ৰ পূৰ্ববৰ্তী সংস্কৰণৰ সৈতে অন্তৰ্ভুক্ত kernel-source সৰঞ্জামটি Fedora 10 ত উপলব্ধ নয় । Section 7.4.3, “বিভিন্ন প্ৰকৃতিৰ কাৰ্ণেল” ৰ বৰ্ণনা অনুযায়ী বিন্যাসৰ কৰা উৎস উপস্থিত আছে ।
স্বনিৰ্ধাৰিত কাৰ্ণেল নিৰ্মাণ | |
---|---|
কাৰ্ণেল বিকাশ আৰু স্বনিৰ্ধাৰিত কাৰ্ণেল সহযোগে কৰ্ম চলোৱাৰ প্ৰক্ৰিয়া জনাৰ বাবে http://fedoraproject.org/wiki/Building_a_custom_kernel চাওক । |
Linux kernel সংক্ৰান্ত বাগ প্ৰতিবেদন কৰাৰ পদ্ধতি সম্পৰ্কে অধিক বিৱৰণ http://kernel.org/pub/linux/docs/lkml/reporting-bugs.html লিংক ৰ পৰা প্ৰাপ্ত কৰক । Fedora ৰ ক্ষেত্ৰত প্ৰযোজ্য বাগ প্ৰতিবেদন কৰাৰ বাবে http://bugzilla.redhat.com ব্যৱহাৰ কৰা যাব ।
Fedora 10 includes a range of packages to support development of embedded applications on various targets. There is broad support for the AVR and related parts as well as for the Microchip PIC. In addition, there are packages to support development on older, less popular parts such as the Z80, 8051, and others. For a more complete description see http://fedoraproject.org/wiki/Packages_For_Embedded_Development.
This release includes version 2.18 of
avr-binutils. In addition to a large
number of bugfixes, this release includes a new tool,
windmc
, to provide a Windows-compatible message
compiler.
Version 0.4.6 of dfu-programmer is included in Fedora 10. 4k bootloaders are now supported and eeprom-flash and eeprom-dump are now supported. Release information as well as a forum specific to this version can be found at http://dfu-programmer.sourceforge.net/.
gputils has been updated to version 0.13.6 which includes support for many more PIC18 processors as well as support for Microchip's new COFF file format. Find details at http://gputils.sourceforge.net/.
Fedora 10 includes version 3.5.10 of the popular IDE piklab. This version now supports the Microchip ICD2 and PICkit in-circuit debuggers, as well as a number of other improvements. piklab now supports the following toolchains; gputils, C30 and C18, PICC, JAL, BoostC, CCS, MPC and CC5X. Many of the toolchains use Windows executables via Wine. See http://piklab.sourceforge.net/ for complete details.
Note that the executable names for sdcc
have changed (see below). Since piklab
does not provide for configuring executable names, but does
provide for configuring paths, the
piklab/sdcc user should
copy files beginning with sdcc-
from
/usr/bin
to /usr/local/bin
and
adjust the paths in piklab until this issue
is resolved.
Windows Directory Names | |
---|---|
Microchip has a tendency to have a lot of spaces in their
default installation directories. Getting those paths
configured in piklab can be quite
confusing, so the dual-boot user may choose to copy files to
the |
Version 2.8.0 of the Small Device C Compiler is included in
Fedora 10. This version offers a number of improvements to
the version in Fedora 9. Some of these changes will result in
changes to source code, so users should review the
sdcc manual carefully for their target. In
addition, due to some conflicts, all the executable names have
been prefixed with sdcc-
, which will require
changes to makefiles. See the sdcc page at
http://sdcc.sourceforge.net/ for complete details.
Fedora-য় বৰ্তমানে KDE 4 উপস্থিত হোৱাৰ ফলে, KDE 3 সংস্কৰণৰ সম্পূৰ্ণ ডেষ্কট'প উপস্থিত নেই । কিন্তু কিছু KDE 3 অনুপ্ৰয়োগ চলোৱাৰ বাবে নিম্নলিখিত KDE 3.5 লাইব্ৰেৰি সৰঞ্জামসমূহ Fedora ৰ সৈতে আছে:
qt3, qt3-devel (ও অন্যান্য qt3-* সৰঞ্জাম): Qt 3.3.8b
kdelibs3, kdelibs3-devel: KDE 3 লাইব্ৰেৰি
kdebase3, kdebase3-pim-ioslaves, kdebase3-devel: কিছু অনুপ্ৰয়োগেৰ ক্ষেত্ৰত আৱশ্যক KDE 3 কোৰ নথিপত্ৰ
Moreover, the KDE 4 kdebase-runtime package, which provides khelpcenter
, also sets up khelpcenter
as a service for KDE 3 applications, so help in KDE 3 applications works. The KDE 3 version of khelpcenter
is no longer provided, and the KDE 4 version is used instead.
এই সৰঞ্জামসমূহ নিম্নলিখিত কাজেৰ বাবে নিৰ্মিত হৈছে:
নথিপত্ৰ-ব্যৱস্থাপ্ৰণালী হাইৰাৰ্কি স্ট্যান্ডাৰ্ডেৰ (FHS) সৈতে সুসংগতি, আৰু
KDE 4 ৰ সৈতে নিৰাপদভাবে সংস্থাপন কৰাৰ বাবে । -devel সৰঞ্জামসমূহও এই তালিকায় অন্তৰ্ভুক্ত ।
এই উদ্দেশ্য সাৰ্থক কৰাৰ বাবে Fedora KDE SIG সদস্যৰা KDE 4 kdelibs-devel সৰঞ্জামেত দুটি পৰিবৰ্তন কৰিছেন:
ব্যৱস্থাপ্ৰণালীৰ স্থাপত্যৰ উপৰ ভিত্তি কৰে লাইব্ৰেৰি সিমলিংকসমূহ /usr/lib/kde4/devel
বা /usr/lib64/kde4/devel
ডাইৰেক্টৰিত সংস্থাপন কৰা হয় ।
kconfig_compiler
আৰু makekdewidgets
ৰ নাম যথাক্ৰমে kconfig_compiler4
আৰু makekdewidgets4
ত পৰিবৰ্তন কৰা হৈছে ।
These changes should be completely transparent to the vast majority of KDE 4 applications that use cmake
to build, since FindKDE4Internal.cmake
has been patched to match these changes. The KDE SIG made these changes to the KDE 4 kdelibs-devel rather than to kdelibs3-devel because KDE 4 stores these locations in a central place, whereas KDE 3 applications usually contain hardcoded copies of the library search paths and executable names.
উল্লেখ্য, kdebase3 ত নিম্নলিখিত সামগ্ৰী অন্তৰ্ভুক্ত কৰা হয়নি:
KDE 4 ৰ পৰিবৰ্তে ব্যৱহাৰযোগ্য এটা সম্পূৰ্ণ KDE 3 ডেষ্কট'প (কৰ্মক্ষেত্ৰ); বিশেষত, KWin, KDesktop, Kicker, KSplash আৰু KControl ৰ KDE 3 সংস্কৰণ অন্তৰ্ভুক্ত কৰা হয়নি ।
kdebase ৰ কিছু অনুপ্ৰয়োগ যেনে Konqueror আৰু KWrite ৰ KDE 3 সংস্কৰণসমূহ KDE 4 ৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় আৰু KDE 4 ৰ সংস্কৰণসমূহৰ সৈতে দ্বন্দ্ব সৃষ্টি হ'ব ।
The libkdecorations
library required for KWin 3 window decorations, as those window decorations cannot be used in the KDE 4 version of KWin.
The libkickermain
library required by some Kicker applets, as there is no Kicker in Fedora 10 and thus Kicker applets cannot be used.
লিগ্যাসি API ৰ বাবে নতুন চালনাজ্ঞান নিৰ্মাণ কৰা উপদেশিত নয় । | |
---|---|
পুৰণি লাইব্ৰেৰীৰ সৈতে কাম কৰা যি কোনো কাৰ্য্যক্ৰমী দৰে, আপুনি এটা অবচিত সংযোগক্ষেত্ৰৰ তলত বিকাশ কৰিব । |